അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : হাতৰ আঙুলিৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে থকা বিস্তাৰৰ এক জোখ
ഉദാഹരണം : লিখাৰ সময়ত দুটা শ্্ব্দৰ মাজত এক আঙুল ফাঁক ৰাখা
പര്യായപദങ്ങൾ : আঙুল, আঙুলি
അർത്ഥം : হাত বা ভৰিৰ আগৰ পৰা ওলোৱা অংগবিশেষ যি সাধাৰণতে পাঁচটাহে হয়
ഉദാഹരണം : তেওঁৰ ্ সোঁহাতত ছটা আঙুলি আছে
പര്യായപദങ്ങൾ : অঙ্গুল, অঙ্গুলি, অঙ্গুষ্ঠ, আঙুল, আঙুলি, আঙ্গুলি, কৰকণ্টক, কৰজ, কৰশাখা
ഇൻസ്റ്റാൾ ചെയ്യുക