പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള আঘাত എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

আঘাত   বিশেষ্য

അർത്ഥം : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব

ഉദാഹരണം : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে

പര്യായപദങ്ങൾ : দুখ

അർത്ഥം : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ

ഉദാഹരണം : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে

അർത്ഥം : মৰা কার্য

ഉദാഹരണം : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল

പര്യായപദങ്ങൾ : পিতন, প্রহাৰ, মাৰ

അർത്ഥം : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়

ഉദാഹരണം : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে

പര്യായപദങ്ങൾ : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ