അർത്ഥം : যি ঠাইৰ পৰা ৰেডিঅʼৰ কার্যসূচী প্রচাৰিত কৰা হয়
ഉദാഹരണം :
কৃষি আলোচনাৰ কাৰণে মোৰ খুৰাদেউ আকাশবাণী কেন্দ্রলৈ গৈছিল
പര്യായപദങ്ങൾ : আকাশবাণী কেন্দ্র, ৰেডিঅʼ ষ্টেচন
അർത്ഥം : বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ দ্বাৰা ৰেডিঅʼত কার্যসূচী প্রচাৰ কৰা প্রণালী
ഉദാഹരണം :
আকাশবাণী আৰু ্দূৰদর্শনৰ বিজ্ঞাপন সেৱাৰ পৰা চৰকাৰে ৰাজহ লাভ কৰে