അർത്ഥം : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
ഉദാഹരണം :
লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
അർത്ഥം : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
ഉദാഹരണം :
আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
പര്യായപദങ്ങൾ : দোহৰা, পুনৰাবৃত্তি কৰা
അർത്ഥം : কোনো কথা কোৱাত প্রবৃত্ত কৰা
ഉദാഹരണം :
শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে
പര്യായപദങ്ങൾ : কোৱা