അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
ഉദാഹരണം : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
പര്യായപദങ്ങൾ : আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা
അർത്ഥം : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন
ഉദാഹരണം : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক
പര്യായപദങ്ങൾ : আইতা
അർത്ഥം : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
ഉദാഹരണം : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন
പര്യായപദങ്ങൾ : জননী, জন্মদাত্রী, বৌ, বৌটি, মা, মাতৃ
അർത്ഥം : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ
ഉദാഹരണം : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে
പര്യായപദങ്ങൾ : বসন্ত ৰোগ, সৰুআই
ഇൻസ്റ്റാൾ ചെയ്യുക