പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള আঁতৰোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

আঁতৰোৱা   ক্ৰিয়া

അർത്ഥം : সময়, সম্বন্ধ, প্রসাৰতা আদিৰ বিচাৰেৰে কোনো বস্তু আঁতৰ ্কৰা

ഉദാഹരണം : আমি নিজৰ মাজৰ মনোমালিন্য আঁতৰোৱা উচিত

പര്യായപദങ്ങൾ : আঁতৰ ্কৰা, পৃথক কৰা, বেলেগ কৰা

അർത്ഥം : দূৰত বা পৃথক কৰি থোৱা

ഉദാഹരണം : কীটনাশক ঔষধবোৰ সদায় লʼৰা-ছোৱালীয়ে ঢুকি পোৱাৰ পৰা আঁ্তৰাই থʼব লাগে

പര്യായപദങ്ങൾ : আঁ্তৰাই থোৱা

അർത്ഥം : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

ഉദാഹരണം : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

പര്യായപദങ്ങൾ : আঁ্তৰাই দিয়া, উলিওৱা, উলিয়াই দিয়া

അർത്ഥം : পূর্বৰ ্স্থানৰ পৰা কোনো অন্য স্থানলৈ নিয়া

ഉദാഹരണം : চকীবোৰ ইয়াৰ পৰা তালৈ আঁত্্ৰাই নিনিবা

അർത്ഥം : কোনো ঠাই এৰিবলৈ ব্যতিব্যস্ত কৰা

ഉദാഹരണം : কার্যনি্র্বাহকে কিছুমান কর্ম্্চাৰীক তেওঁলোকৰ পদবীৰ পৰা বর্খাস্ত কৰিলে

പര്യായപദങ്ങൾ : পদচ্যুত কৰা, বর্খাস্ত কৰা