അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
ഉദാഹരണം : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
പര്യായപദങ്ങൾ : আঁ্তৰা, ফটা, ফাটি যোৱা
അർത്ഥം : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
ഉദാഹരണം : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
പര്യായപദങ്ങൾ : এৰা, এৰি দিয়া, ত্যাগ কৰা
അർത്ഥം : দূৰ হোৱা
ഉദാഹരണം : ডাৱৰ আঁতৰি গʼল
പര്യായപദങ്ങൾ : আঁ্তৰা
ഇൻസ്റ്റാൾ ചെയ്യുക