അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ কোনো আকাৰ নাই
ഉദാഹരണം : সন্ত কবীৰ নিৰাকাৰ ঈশ্বৰৰ উপাসক আছিল
പര്യായപദങ്ങൾ : অৱয়বহীন, আকাৰবিহীন, আকাৰহীন, নিৰাকাৰ, নিৰাকৃতি, নৈৰাকাৰ, মূর্তিহীন
അർത്ഥം : যাৰ শৰীৰ নাই
ഉദാഹരണം : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়
പര്യായപദങ്ങൾ : অকায়, অতনু, অশৰীৰ, অশৰীৰী, অৱয়বহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহ, বিদেহী, শৰীৰবিহীন, শৰীৰহীন
ഇൻസ്റ്റാൾ ചെയ്യുക