അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা
ഉദാഹരണം : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব
പര്യായപദങ്ങൾ : দশা, স্থিতি
അർത്ഥം : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ഉദാഹരണം : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
പര്യായപദങ്ങൾ : গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
അർത്ഥം : ৰসায়ন বিজ্ঞানত মানি লোৱা সকলো পদার্থ ্সমাহিত হোৱা সেই তিনিটা অৱস্থা
ഉദാഹരണം : পদার্থ ্গোটা, জুলীয়া আৰু গেছীয় এই তিনিটা অৱস্থাত পোৱা যায়
ഇൻസ്റ്റാൾ ചെയ്യുക