അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : তলমূৰ কৰি থকা
ഉദാഹരണം : ফলেৰ অৱনত হৈ থকা ডালবোৰ মাটিত লাগি আছে
പര്യായപദങ്ങൾ : নত
അർത്ഥം : আগৰ ফালে হাউলি থকা
ഉദാഹരണം : অৱনত শাখাবোৰ কাটি দিয়াই ভাল হʼব
അർത്ഥം : যি তলমূৰ কৰি আছে
ഉദാഹരണം : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
പര്യായപദങ്ങൾ : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনমিত, নিম্নগত, নিম্নগামী
അർത്ഥം : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ഉദാഹരണം : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
പര്യായപദങ്ങൾ : অধঃপতিত, অধোগত, অৱনমিত, পতিত
അർത്ഥം : যাৰ দৰ বা ভাও কমি গৈছে
ഉദാഹരണം : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে
പര്യായപദങ്ങൾ : কম, মন্দা
ഇൻസ്റ്റാൾ ചെയ്യുക