അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো ৰুচিকৰ নহয়
ഉദാഹരണം : অৰুচিকৰ কাম কৰা উচিত নহয়
പര്യായപദങ്ങൾ : অপ্রিয়, অপ্রীতিকৰ
അർത്ഥം : যিটো ৰুচিপূর্ণ নহয়
ഉദാഹരണം : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
പര്യായപദങ്ങൾ : অসাৰ, নীৰস, ৰসহীন, ৰুচিহীন
അർത്ഥം : যিটোক খাবলৈ ইচ্ছা নাথাকে
ഉദാഹരണം : অৰুচিকৰ হʼলেও কিছুমান পুষ্টিকৰ খাদ্য খাব লাগে
പര്യായപദങ്ങൾ : উপাদেয় নোহোৱা, জিভাত নলগা, জুতি নলগা, মুখত নলগা, সোৱাদ নলগা
ഇൻസ്റ്റാൾ ചെയ്യുക