അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
ഉദാഹരണം : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
പര്യായപദങ്ങൾ : অটবী, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
അർത്ഥം : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
ഉദാഹരണം : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
പര്യായപദങ്ങൾ : জংঘল, বন
ഇൻസ്റ്റാൾ ചെയ്യുക