അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কল্যাণ বা মংগল নথকা
ഉദാഹരണം : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
പര്യായപദങ്ങൾ : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, বিপদ, বিমংগল, বিমঙ্গল
അർത്ഥം : হিতৰ বিৰোধীভাব
ഉദാഹരണം : কাৰো অহিত চিন্তা কৰা উচিত নহয়
പര്യായപദങ്ങൾ : অকল্যাণ, অনিষ্ট, অপকাৰ
അർത്ഥം : যিটো শুভ নহয়
ഉദാഹരണം : মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ বুলি ধৰা হয়
പര്യായപദങ്ങൾ : অনিষ্ট, অপায়-অমংগল, অমঙ্গল, অমাংগলিক, অশুভ, বিমংগল, বিমঙ্গল
ഇൻസ്റ്റാൾ ചെയ്യുക