അർത്ഥം : উৎপন্ন হোৱা
ഉദാഹരണം :
যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে
പര്യായപദങ്ങൾ : উঠা
അർത്ഥം : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : আগমন কৰা, উপস্থিত হোৱা, পোৱা
അർത്ഥം : ঋতু বা সময়ৰ শুভাৰম্ভ হোৱা
ഉദാഹരണം :
বসন্তকাল আহিল
അർത്ഥം : ক্রয় কৰি কোনো বস্তু লাভ কৰা
ഉദാഹരണം :
সোমবাৰে আমাৰ নতুন গাড়ী আহিব