അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ഉദാഹരണം : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
പര്യായപദങ്ങൾ : অননুমোদিত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত
അർത്ഥം : যাৰ অনুমতি দিয়া হোৱা নাই
ഉദാഹരണം : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল
പര്യായപദങ്ങൾ : অননুমোদিত, অসমর্থিত
അർത്ഥം : যিয়ে সহমত পোৱা নাই
ഉദാഹരണം : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
പര്യായപദങ്ങൾ : অসন্মতি, নামঞ্জুৰ, সহমতহীন
അർത്ഥം : যিটো অনুমোদন কৰা হোৱা নাই
ഉദാഹരണം : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব
പര്യായപദങ്ങൾ : অগৃহীত, অননুমোদিত
ഇൻസ്റ്റാൾ ചെയ്യുക