പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অস্থিৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অস্থিৰ   বিশেষণ

അർത്ഥം : একে ঠাইত স্থিৰ হৈ নথকা

ഉദാഹരണം : যোগেন্দ্র ইয়াত নিটিকে, তেওঁ এজন অস্থিৰ ব্যক্তি

അർത്ഥം : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ

ഉദാഹരണം : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে

പര്യായപദങ്ങൾ : অধৈর্য, চঞ্চল

അർത്ഥം : এটা স্থিতিত নথকা বা যি কেতিয়াবা ইয়াত বা কেতিয়াবা তাত হয়

ഉദാഹരണം : কোনো কাম-কাজ নথকাৰ বাবে ৰমেশৰ স্থিতি অস্থিৰ হৈ পৰিল

അർത്ഥം : যি শান্ত নহয়

ഉദാഹരണം : চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি

പര്യായപദങ്ങൾ : অশান্ত, অস্থিৰচিত্ত, উৎকণ্ঠিত, চঞ্চল, বিচলিত