അർത്ഥം : যি অলপ সময় বা দিনহে থাকে
ഉദാഹരണം :
জীৱনত সুখ ক্ষণস্থায়ী
പര്യായപദങ്ങൾ : অথিৰ, অনিত্য, ক্ষণভংগুৰ, ক্ষণভঙ্গুৰ, ক্ষণস্থায়ী
അർത്ഥം : যাক কাৰোবাৰ ঠাইত কাম চলোৱাৰ উদ্দেশ্যে কিছু সময়ৰ কাৰণে ৰখা হয়
ഉദാഹരണം :
এই কার্যালয়টোত মহেশত বাদ দি বাকী সকলো অস্থায়ী