അർത്ഥം : বল বা শক্তি নোহোৱা বা খুউব কম হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
দুর্বলত্াৰ ্ কাৰণে মহেশ যাব নোৱাৰিলে
പര്യായപദങ്ങൾ : দুর্বলত্া, বলহীনতা, শক্তিহীনতা
അർത്ഥം : অযোগ্য হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
പര്യായപദങ്ങൾ : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা