പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অসমীয়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অসমীয়া   বিশেষ্য

അർത്ഥം : অসম ৰাজ্যৰ ভাষা

ഉദാഹരണം : তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে

പര്യായപദങ്ങൾ : অসমীয়া ভাষা

അർത്ഥം : অসম ৰাজ্যৰ অধিবাসী

ഉദാഹരണം : ভালেমান অসমীয়া মোৰ ভাল বন্ধু

അർത്ഥം : অসম ৰাজ্যৰ নিবাসী

ഉദാഹരണം : মোৰ ভালেমান অসমীয়া বন্ধু আছে

অসমীয়া   বিশেষণ

അർത്ഥം : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ

ഉദാഹരണം : তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই

അർത്ഥം : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত

ഉദാഹരണം : মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে

അർത്ഥം : অসমত থকা বা বসতি কৰা

ഉദാഹരണം : সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত