അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ഉദാഹരണം : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
പര്യായപദങ്ങൾ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
അർത്ഥം : কোনো কথা, কাম আদিত সহমত নোহোৱা ভাব বা কার্য
ഉദാഹരണം : সদস্যসকলৰ অসন্মতিৰ কাৰণেই এই আঁচনিখন ওলমি আছে
പര്യായപദങ്ങൾ : অমান্তি, অসমর্থন, অসহমত, সন্মতিহীনতা
അർത്ഥം : যিয়ে সহমত পোৱা নাই
ഉദാഹരണം : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
പര്യായപദങ്ങൾ : অস্বীকৃত, নামঞ্জুৰ, সহমতহীন
ഇൻസ്റ്റാൾ ചെയ്യുക