അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি অদৰকাৰেৰে পূর্ণ
ഉദാഹരണം : অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
പര്യായപദങ്ങൾ : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, নলগা-, যা-তা, লাপি-লুপা
അർത്ഥം : যিটো উচিত বা যুগুত নহয়
ഉദാഹരണം : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
പര്യായപദങ്ങൾ : অনুচিত, অন্যায়, অযথার্থ, অযুগুত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
ഇൻസ്റ്റാൾ ചെയ്യുക