അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
ഉദാഹരണം : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
പര്യായപദങ്ങൾ : অনাদৰ, অপদস্থ, অপমান, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
അർത്ഥം : আস্থা বা শ্রদ্ধাৰ অভাৱ
ഉദാഹരണം : অনাস্থাৰে কৰা পূজা কেতিয়াও সফল নহয়
പര്യായപദങ്ങൾ : অনাস্থা, আস্থাৰহিত, শ্রদ্ধাৰহিত
ഇൻസ്റ്റാൾ ചെയ്യുക