അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ভাগ্য বা সংযোগবশতঃ হোৱা
ഉദാഹരണം : দৈৱিক ঘটনাক অৱজ্ঞা কৰা বৰ কঠিন
പര്യായപദങ്ങൾ : দৈৱিক
അർത്ഥം : পৰলোকৰ লগত সম্বন্ধ ৰখা
ഉദാഹരണം : মহাত্মাজীয়ে পৰলৌকিক কথা কৈ আছে
പര്യായപദങ്ങൾ : দিব্য, পৰলৌকিক
അർത്ഥം : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
ഉദാഹരണം : ঈশ্বৰ ইন্দ্রিয়াতীত
പര്യായപദങ്ങൾ : অতিন্দ্রিয়, অপ্রত্যক্ষ, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত, পৰোক্ষ
അർത്ഥം : যি মানৱী নহয় বা তাৰ ওপৰৰ
ഉദാഹരണം : ৰাম, কৃষ্ণ আদি অলৌকিক পুৰুষ আছিল
പര്യായപദങ്ങൾ : অমানৱী
ഇൻസ്റ്റാൾ ചെയ്യുക