അർത്ഥം : অসাৱধান হৈ থকা অৱস্থা বা ভাব
ഉദാഹരണം :
অসাৱধানতাৰে ৰাষ্টা পাৰ হোৱাৰ সময়ত মোহনক এখন গাড়ীয়ে খুন্দামাৰি থৈ গʼল
പര്യായപദങ്ങൾ : অসাৱধানতা
അർത്ഥം : কোনো কথা বা কামত মন লীন নোহোৱা দশা বা ভাব
ഉദാഹരണം :
যোগৰ দ্বাৰা অমনোযোগিতা দূৰ কৰিব পাৰি
പര്യായപദങ്ങൾ : ধ্যানহীনতা