അർത്ഥം : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য
ഉദാഹരണം :
মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে
പര്യായപദങ്ങൾ : আপত্তি, ওজৰ, ওজৰ-আপত্তি
അർത്ഥം : অভিযোগেৰে ভৰা বা অভিযোগৰ সৈতে যুক্ত
ഉദാഹരണം :
তেওঁ ্ৰাষ্ট্রপতিলৈ এখন অভিযোগ পত্র লিখিলে
പര്യായപദങ്ങൾ : অপবাদযুক্ত