അർത്ഥം : উপল্্ব্ধ নোহোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
আজি এখন ভাল অভিধানৰ অভাৱ অনুভৱ হৈছে
പര്യായപദങ്ങൾ : অনুপল্্ব্ধতা, উপল্্ব্ধতাহীন
അർത്ഥം : কমি যোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
പര്യായപദങ്ങൾ : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব