അർത്ഥം : যিটো বিজ্ঞান সম্বন্ধিত নহয়
ഉദാഹരണം :
বেছিভাগ অন্ধবিশ্বাসৰ ভিত্তি অবৈজ্ঞানিক
അർത്ഥം : যিটো বিজ্ঞানৰ সিদ্ধান্তবোৰৰ বিপৰীত
ഉദാഹരണം :
ভণ্ড সাধুবোৰে ভৱিষ্যতৰ বিষয়ে অবৈজ্ঞানিক সিদ্ধান্ত দিয়ে
പര്യായപദങ്ങൾ : বিজ্ঞান বিৰুদ্ধ