അർത്ഥം : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
ഉദാഹരണം :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
പര്യായപദങ്ങൾ : অবিবাহিত মহিলা, কুমাৰী
അർത്ഥം : যিজন পুৰুষ বিবাহিত নহয়
ഉദാഹരണം :
এই পদটোত কেৱল অবিবাহিত পুৰুষেহে আবেদন কৰিব পাৰিব
പര്യായപദങ്ങൾ : অবিবাহিত পুৰুষ