പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অবাক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অবাক   বিশেষ্য

അർത്ഥം : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা

ഉദാഹരണം : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল

പര്യായപദങ്ങൾ : আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি, বিস্ময়

അർത്ഥം : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়

ഉദാഹരണം : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে

പര്യായപദങ്ങൾ : অদ্ভুত কাম, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়

অবাক   বিশেষণ

അർത്ഥം : যি ্আশ্বর্য ্প্রকাশ কৰিছে

ഉദാഹരണം : তেওঁৰ ্কাম দেখি আমি সকলো অবাক ্হʼলোঁ

പര്യായപദങ്ങൾ : আচৰিত, স্তম্ভিত

അർത്ഥം : যি একো নকয়

ഉദാഹരണം : মৌন ব্যক্তিৰ মনত অহৰহ চিন্তা চলি থাকে তেওঁৰ ্কথাশুনি মই অবাক হৈ পৰিলোঁ

പര്യായപദങ്ങൾ : চুপ, মৌন