അർത്ഥം : যি সম্পূর্ণ ৰূপে বিকশিত হোৱা নাই
ഉദാഹരണം :
অপৰিপক্ক ব্যক্তি পৰিপক্ক ব্যক্তিৰ ওপৰত নি্র্ভৰশীল হৈ থাকে
പര്യായപദങ്ങൾ : অল্পবিকশিত
അർത്ഥം : যিজনে কোনো কাম এইমাত্রহে শিকিছে
ഉദാഹരണം :
এই কামটো নতুন মানুহেও কৰিব পাৰে
പര്യായപദങ്ങൾ : অনভ্যস্ত, অপৈণত, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু