അർത്ഥം : যিটো প্রকৃতি সম্বন্ধীয় নহয়
ഉദാഹരണം :
সাপে যদি খুটিবলৈ আৰু বাঘে যদি চিকাৰ কৰিবলৈ এৰি দিয়ে তেনেহʼলে ইয়াতকৈ ডাঙৰ অপ্রাকৃতিক ঘটনা আৰু কি হʼব পাৰে !
പര്യായപദങ്ങൾ : অপ্রাকৃত
അർത്ഥം : যি স্বাভাৱিক নহয়
ഉദാഹരണം :
আজিকালি ্ তেওঁৰ ্ মাজত কিছুমান অস্বাভাৱিক লক্ষণ দেখা গৈছে
പര്യായപദങ്ങൾ : অতিস্বাভাৱিক, অপ্রাকৃত, অস্বাভাৱিক