അർത്ഥം : উদাস হোৱা বা কোনো কামত মন নবহা অৱস্থা
ഉദാഹരണം :
তেওঁৰ চেহেৰাত উদাসীনতা প্রকাশ পাইছিল
പര്യായപദങ്ങൾ : অন্যমনস্কতা, উদাসী, উদাসীনতা
അർത്ഥം : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
പര്യായപദങ്ങൾ : অসন্তুষ্টি, অসন্তোষ