അർത്ഥം : যি পোনপটীয়া বা স্পষ্টভাৱে সন্মুখলৈ নাহি অকোৱা-পকোৱাকৈ বা অন্য ফালেদি আহে
ഉദാഹരണം :
সেই কামটো কৰিবৰ কাৰণে মই পৰোক্ষ পন্থা হাতত লʼব লাগিব
പര്യായപദങ്ങൾ : পৰোক্ষ
അർത്ഥം : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
ഉദാഹരണം :
ঈশ্বৰ ইন্দ্রিয়াতীত
പര്യായപദങ്ങൾ : অতিন্দ্রিয়, অলৌকিক, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত, পৰোক্ষ