അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ সীমা নাই
ഉദാഹരണം : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
പര്യായപദങ്ങൾ : অপৰিসীম, অবাধ, অসীম, সীমাহীন
അർത്ഥം : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়
ഉദാഹരണം : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে
പര്യായപദങ്ങൾ : অগাধ, অতল, অপৰিসীম
അർത്ഥം : যাৰ ওচৰলৈ পৰা নাযায়
ഉദാഹരണം : মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
പര്യായപദങ്ങൾ : অগম্য, অনতিক্রমনীয়, অনতিক্রম্য, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
അർത്ഥം : যাৰ জোখ লʼব নোৱাৰি বা যাক জোখিব নোৱাৰি
ഉദാഹരണം : সৃষ্টি অপৰিমিত সম্পদৰ খনি
പര്യായപദങ്ങൾ : অপৰিমিত, অমাপনীয়
ഇൻസ്റ്റാൾ ചെയ്യുക