അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কল্যাণ বা মংগল নথকা
ഉദാഹരണം : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
പര്യായപദങ്ങൾ : অকল্যাণ, অনিষ্ট, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল, বিমঙ্গল
അർത്ഥം : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
ഉദാഹരണം : কাৰো অপকাৰ নকৰিবা
പര്യായപദങ്ങൾ : অনিষ্ট, ক্ষতি, ক্ষয়, বৰবাদ, হানি
അർത്ഥം : হিতৰ বিৰোধীভাব
ഉദാഹരണം : কাৰো অহিত চিন্তা কৰা উচিত নহয়
പര്യായപദങ്ങൾ : অকল্যাণ, অনিষ্ট, অহিত
ഇൻസ്റ്റാൾ ചെയ്യുക