അർത്ഥം : যাৰ মন অন্য কোনো বস্তু বা কথাৰ প্রতি আসক্ত হৈ আছে
ഉദാഹരണം :
অন্যমনস্ক ব্যক্তিৰ মন কোনো কামতে নবহে
പര്യായപദങ്ങൾ : উনমনা
അർത്ഥം : যি সাৱধান নহয়
ഉദാഹരണം :
অসাৱধান লোক বিপদত পৰে
പര്യായപദങ്ങൾ : অনৱধান, অমনোযোগী, অসতর্ক, অসাৱধান, চকু-কাণ মুদা, বে-হুঁচিয়াৰ