അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মনোযোগ দি চোৱা কার্য
ഉദാഹരണം : শিক্ষার্থীয়ে গৱেষণাগাৰত অন্বেষণ কৰি আছে
അർത്ഥം : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য
ഉദാഹരണം : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল
പര്യായപദങ്ങൾ : অনুসন্ধান, এষণা, গৱেষণা
അർത്ഥം : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য
ഉദാഹരണം : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে
പര്യായപദങ്ങൾ : অনুসন্ধান, তদন্ত, বিচাৰ, বুজ
ഇൻസ്റ്റാൾ ചെയ്യുക