അർത്ഥം : ভোজনৰ ইচ্ছা বা আহাৰ খাবলৈ কৰা ইচ্ছা
ഉദാഹരണം :
তেওঁৰ অন্নলিপ্সাই তেওঁক্ আহাৰ চুৰ কৰি খাবৰ কাৰণে বাধ্য কৰিলে
പര്യായപദങ്ങൾ : অন্ন-লিপ্সা
അർത്ഥം : খাবৰ কাৰণে ওপজা ইচ্ছা
ഉദാഹരണം :
মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল
പര്യായപദങ്ങൾ : কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰাগ্নি, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা