പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অন্ধকাৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অন্ধকাৰ   বিশেষ্য

അർത്ഥം : জ্ঞান নোহোৱা অৱস্থা বা ভাব

ഉദാഹരണം : প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে

പര്യായപദങ്ങൾ : অজ্ঞতা, অজ্ঞানতা, জ্ঞানহীনতা, মূঢ়তা

അർത്ഥം : পোহৰ নাই বা পোহৰৰ অভাৱ

ഉദാഹരണം : বেলি ডুব যোৱাৰ লগে লগে চাৰিওফালে আন্ধাৰ বিয়পি পৰিল

പര്യായപദങ്ങൾ : আন্ধাৰ, আন্ধাৰি, আন্ধিয়াৰি, আলোকশূন্যতা, আলোকহীনতা, এন্ধাৰ, তমিস্রা, তিমিৰ, শর্বৰ

অন্ধকাৰ   বিশেষণ

അർത്ഥം : আন্ধাৰেৰে ভৰা

ഉദാഹരണം : ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল

പര്യായപദങ്ങൾ : অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, আন্ধাৰ, ঘনান্ধকাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত