പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অনুৰোধ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অনুৰোধ   বিশেষ্য

അർത്ഥം : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য

ഉദാഹരണം : কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়

അർത്ഥം : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ

ഉദാഹരണം : দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে

പര്യായപദങ്ങൾ : ফৰমাইচ

അർത്ഥം : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন

ഉദാഹരണം : চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে

പര്യായപദങ്ങൾ : প্রার্থ্্না, মিনতি

অনুৰোধ   বিশেষণ

അർത്ഥം : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা

ഉദാഹരണം : আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ