അർത്ഥം : কাম-বনত উৎসাহ নেদেখুওৱাজন
ഉദാഹരണം :
কোম্পানীয়ে অনুৎসাহী ব্যক্তিক বাহিৰ কৰি দিলে
അർത്ഥം : যʼত উৎসাহ বা স্ফূর্তি নাই
ഉദാഹരണം :
স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
പര്യായപദങ്ങൾ : উদ্যমহীন, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী, স্ফূর্তিহীন