അർത്ഥം : কাৰোবাৰ পিছত যোৱা কার্য
ഉദാഹരണം :
লʼৰাটোৱে নিজৰ মাকক অনুসৰণ কৰি গৈ আছে
പര്യായപദങ്ങൾ : অনুগমন কৰা, পিছত যোৱা
അർത്ഥം : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
ഉദാഹരണം :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
പര്യായപദങ്ങൾ : অনুকৰণ কৰা, নকল কৰা