അർത്ഥം : যিয়ে গৱেষণা বা অন্বেষণ কৰে
ഉദാഹരണം :
গৱেষকে গৱেষণাত ব্যস্ত হৈ আছে
പര്യായപദങ്ങൾ : অন্বেষক, অন্বেষণকাৰী, গৱেষক, গৱেষণা কর্তা
അർത്ഥം : যি অনুসন্ধানৰ সৈতে জড়িত
ഉദാഹരണം :
মই অনুসন্ধানী কাহিনী পঢ়িবলৈ ভালপাওঁ
പര്യായപദങ്ങൾ : অনুসন্ধানাত্মক, সন্ধানমূলক, সন্ধানী