അർത്ഥം : যিজনে অনুসন্ধানৰ কাম কৰে
ഉദാഹരണം :
অনুসন্ধানকাৰীয়ে ডকাইতৰ দলটোৰ সন্ধান পালে
അർത്ഥം : যিজনে কোনো কথা বা বস্তুৰ বিষয়ে অনুসন্ধান কৰে বা সম্ভেদ বিচাৰে
ഉദാഹരണം :
অৱশেষত অনুসন্ধানকাৰীৰ দলে হত্যাকাৰীৰ খবৰ বিচাৰি উলিয়ালে
അർത്ഥം : অনুসন্ধান কৰা ব্যক্তি
ഉദാഹരണം :
অনুসন্ধানকাৰীয়ে অনুসন্ধান কার্যত ্লাগি আছে
പര്യായപദങ്ങൾ : অনুসন্ধান কর্তা