അർത്ഥം : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণ নি্র্ণ্্য় কৰা
ഉദാഹരണം :
পুলিচে তথ্য সমূহৰ অনুসন্ধান কৰি আছে
പര്യായപദങ്ങൾ : অন্বেষণ কৰা, পৰীক্ষণ কৰা
അർത്ഥം : কোনো বিষয়ৰ সত্যতা আৰু অসত্যতা নিৰূপণ কৰা
ഉദാഹരണം :
বৈজ্ঞানিকে কৃষ্ণ-গহ্বৰৰ বিষয়ে অনুসন্ধান কৰি আছে
അർത്ഥം : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
ഉദാഹരണം :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
പര്യായപദങ്ങൾ : অন্বেষণ কৰা, বিচৰা