അർത്ഥം : যাক অনুমতি দিয়া হৈছে
ഉദാഹരണം :
মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ
പര്യായപദങ്ങൾ : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, স্বীকৃত
അർത്ഥം : যাৰ সহমত লাভ কৰিছে
ഉദാഹരണം :
চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব
പര്യായപദങ്ങൾ : অনুমোদনপ্রাপ্ত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত, স্বীকৃত
അർത്ഥം : সি প্রাধিকাৰ লাভ কৰিছে
ഉദാഹരണം :
চৰকাৰৰ দ্বাৰা প্রাধিকৃত নীতিবোৰক মন দিয়াটো জৰুৰী
പര്യായപദങ്ങൾ : প্রাধিকৃত