അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজন যোগ্য নহয়
ഉദാഹരണം : প্রবন্ধকগৰাকীয়ে অযোগ্য লোকসকলক সংস্থাৰ পৰা উলিয়াই দিলে
പര്യായപദങ്ങൾ : অনুপযুক্ত, অযোগ্য, অলায়ক, গড়লায়ক, জলধা, যোগ্যহীন
അർത്ഥം : যিটো উপযোগী নহয় বা কোনো কামত নাহে
ഉദാഹരണം : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
പര്യായപദങ്ങൾ : অনর্থক, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക