അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো এক বিষয়ৰ বিবেচনা কৰা নিয়মাৱলী, বিধান, সন্ধি আদিৰ বিশিষ্ট অংগ
ഉദാഹരണം : সংবিধানৰ ধাৰা ন-ৰ চাৰি নম্বৰ অনুচ্ছেদটো সলনি কৰিব পৰা নাযায়
പര്യായപദങ്ങൾ : উপধাৰা
അർത്ഥം : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়
ഉദാഹരണം : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে
പര്യായപദങ്ങൾ : দফা, পাৰাগ্রাফ, পেৰাগ্রাফ
അർത്ഥം : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অংক, অধ্যায়, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ
ഇൻസ്റ്റാൾ ചെയ്യുക