അർത്ഥം : ৰাসায়নিক বিক্রিয়া খৰতকীয়া ৰসায়ন বিশেষ
ഉദാഹരണം :
ছালফিউৰিক এছিড তৈয়াৰ কৰিবৰ কাৰণে অনুঘটকৰ আৱশ্যক হয়
അർത്ഥം : কোনো ব্যক্তি, কাম আদিক অনুপ্রেৰিত কৰা কার্য
ഉദാഹരണം :
ৰাসায়নিক বিক্রিয়াৰ সংঘটনত অনুঘটকৰ অলপ মাত্রাই পর্যাপ্ত হয়