അർത്ഥം : যিজনে অনুকৰণ কৰে
ഉദാഹരണം :
নেতাৰ অনুকৰণকাৰীয়ে সকলোকে প্রভাৱিত কৰিলে
പര്യായപദങ്ങൾ : অনুকৰণ কর্তা, অনুকৰণকর্তা, অনুসৰণকাৰী
അർത്ഥം : অনুকৰণ কৰোতা
ഉദാഹരണം :
লʼৰা-ছোৱালী ডাঙৰৰ অনুকৰণকাৰী হয়
പര്യായപദങ്ങൾ : অনুকৰণকর্তা, অনুসৰণকাৰী
അർത്ഥം : কাৰোবাৰ আদব-কায়দা, মাত কথা আদিৰ নকল কৰা
ഉദാഹരണം :
বান্দৰ বহুত অনুকৰণকাৰী
പര്യായപദങ്ങൾ : নকলকাৰী